Vaibhab Vasudha is a budding not-for-profit organization operational in North East India since 2019, focusing on Cleanliness, Culture & Heritage, Social Forestry, Women Empowerment, Education, Disaster Relief and alleviating poverty & social discrimination. We are currently developing multiple comprehensive projects to fulfil our area of work. Our overall goal is economic upliftment of poor and marginalized communities & cleanliness for improvement in their lives and livelihoods.
বৈভৱ বসুধা এক তুলনামূলক ভাৱে নতুন কিন্তু সক্ৰিয় স্বেচ্ছাসেৱী সংগঠন। বিগত ২০১৯ চনৰ পৰা ই উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইত স্বচ্ছতা, পৰিবেশ সংৰক্ষণ, শিক্ষা, মহিলা সবলীকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, দৰিদ্ৰতা আৰু সামাজিক বৈষম্য দূৰীকৰণৰ বাবে কাম কৰি আহিছে। ইতিমধ্যে এই সংগঠনটোৱে উক্ত বিষয়বোৰক উদ্দেশ্য কৰি বিভিন্ন প্রকল্প হাতত লৈছে। দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ অৰ্থনৈতিক, সামাজিক তথা তেওঁলোকৰ জীৱন যাপন পদ্ধতিৰ সৰ্বাংগীণ উন্নতি সাধনেই সংগঠনটোৰ সামগ্রিক উদ্দেশ্য।