Vaibhab Vashudha - An Introduction

Home > About Us > Vaibhab Vasudha - An Introduction

Vaibhab Vasudha is a budding not-for-profit organization operational in North East India since 2019, focusing on Cleanliness, Culture & Heritage, Social Forestry, Women Empowerment, Education, Disaster Relief and alleviating poverty & social discrimination. We are currently developing multiple comprehensive projects to fulfil our area of work. Our overall goal is economic upliftment of poor and marginalized communities & cleanliness for improvement in their lives and livelihoods.

বৈভৱ বসুধা এক তুলনামূলক ভাৱে নতুন কিন্তু সক্ৰিয় স্বেচ্ছাসেৱী সংগঠন। বিগত ২০১৯ চনৰ পৰা ই উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইত স্বচ্ছতা, পৰিবেশ সংৰক্ষণ, শিক্ষা, মহিলা সবলীকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, দৰিদ্ৰতা আৰু সামাজিক বৈষম্য দূৰীকৰণৰ বাবে কাম কৰি আহিছে। ইতিমধ্যে এই সংগঠনটোৱে উক্ত বিষয়বোৰক উদ্দেশ্য কৰি বিভিন্ন প্রকল্প হাতত লৈছে। দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ অৰ্থনৈতিক, সামাজিক তথা তেওঁলোকৰ জীৱন যাপন পদ্ধতিৰ সৰ্বাংগীণ উন্নতি সাধনেই সংগঠনটোৰ সামগ্রিক উদ্দেশ্য।

Vaibhab Vasudha
Our Aim

“To transform our societies into a healthy, intellectual, noble, developed & united Family (कुटुंब)” 

“আমাৰ সমাজখনক সুস্থ, শিক্ষিত, সৎ, উন্নত কৰি গঢ়ি তোলা তথা সমাজৰ সকলো লোককে সংগঠিত কৰি একতাৰ দোলেৰে বান্ধি এটি পৰিয়াল হিচাপে প্রতিষ্ঠা কৰা।” 

परं वैभवं नेतुमेतत् स्वराष्ट्रम्

Join Our Mission

“To imbibe the principles of four pillars of learning, i.e. Learning to know; Learning to do; Learning to live together; and Learning to be, in whatever work we aim to do.” 

জ্ঞানার্জনৰ চাৰিটা স্তম্ভ- শিকাৰ আগ্রহ, কৰাৰ আগ্রহ, একেলগে দল হিচাপে কাম কৰা তথা সকলো কামতে নিজৰ অৱদান দিয়াৰ মনোভাৱ সকলোৰে মনত বিস্তাৰ কৰা।

Our Core Values

Integrity

Innovation

Commitment

Respect

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx