Socio Economic Development

Home > Area of Work > Socio Economic Development

 

Vaibhab Vasudha is deeply committed to work for socio-economic development of rural, tribal & marginalized people of Assam & North East. We aim to promote modern & innovative methods of organic agriculture, horticulture, dairy, poultry, animal husbandry, sericulture and such other cottage industries in villages and also to build technologically advanced platform to help people to capitalize their yields with maximum profit.

বৈভৱ বসুধা অসম তথা উত্তৰ-পূব ভাৰতৰ গ্রাম্য, জনজাতীয় আৰু পিছপৰা শ্রেণীৰ লোকসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে বদ্ধপৰিকৰ। আমাৰ লক্ষ্য হ'ল আধুনিক প্রযুক্তিৰ প্ৰয়োগেৰে জৈৱিক কৃষিকৰ্ম,গো-পালন, মীনপালন, পশুপালন আৰু অন্যান্য থলুৱা কুটীৰ শিল্পসমূহক অধিক উৎপাদনক্ষম কৰি তোলা আৰু তাৰ জৰিয়তে গ্রাম্য অৰ্থনীতি টনকিয়াল কৈ গঢ় দিয়া।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx