Education and Training

Home > Area of Work > Education and Training

 

Vaibhab Vasudha believes that Assam’s every unprivileged & poor students' need opportunities to equip themselves with the knowledge and skills to succeed. Citing this need, Vaibhab Vasudha aims to establish and manage or promote Book Banks (mobile or permanent), Education Consultation Kiosks, Scholarship Programmes, Sishu & Bal Vikas Mandirs for unprivileged children to build a holistic educational environment for them. Vaibhab Vasudha also acknowledges the importance of Student Fests, Seminars, Various Competitions and Exhibitions to bring students from all strata to a common platform so as to build a healthy & united society and is working with determination in this direction.

বৈভৱ বসুধাই অসমৰ প্ৰত্যেকজন দৰিদ্ৰ আৰু অনগ্রসৰ ছাত্রই নিজৰ দক্ষতা আৰু জ্ঞান বৃদ্ধি ৰ বাবে প্রয়োজনীয় সুবিধা পোৱাৰ পোষকতা কৰে। এই উদ্দেশ্য সাধনৰ বাবে আমি ভ্ৰাম্যমাণ বা স্থায়ী পুথিভঁৰাল, শিক্ষামূলক আলোচনা কেন্দ্র, জলপানি বিতৰণ, শিশু বিকাশ মন্দিৰ আদিৰ জৰিয়তে এক সুস্থ শৈক্ষিক বাতাবৰণ নিৰ্মাণৰ কামত ব্ৰতী হ'ব বিচাৰো। ইয়াৰ উপৰিও আমি বিভিন্ন প্রতিযোগিতা, ছাত্র সমাৰোহ, সমাৱৰ্তন আদিৰ মাধ্যমেৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ছাত্র-ছাত্ৰীসকলক একগোট কৰি তেওঁলোকক ৰাষ্ট্ৰৰ হকে একতাৰ দোলেৰে বান্ধিবৰ বাবে চেষ্টা চলাম।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx