Cleanliness, Health and Well Being

Home > Area of Work > Cleanliness, Health and Well Being

 

Vaibhab Vasudha believes that clean environment and sound mental & physical health are the paramount for building new & strong Bharat. Highly esteemed team of Vaibhab Vasudha’s innovators & implementers have geared up to propagate our unique “Swachh Saanidhya Pariyojna” initiative through wards, mohallas & panchayats to fulfill the ultimate aim of “Swacchh Bharat Abhiyaan”. In addition, process of promoting professionally approved yoga, meditation & well being centers to reach people en masse, to impart healthy lifestyle, is under progress.

পৰিষ্কাৰ পৰিবেশ তথা সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্য এখন নতুন আৰু শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে অতি প্রয়োজনীয়। ইয়াৰ বাবে বৈভৱ বসুধাই "স্বচ্ছ সান্নিধ্য পৰিযোজনা" নামৰ এক নতুন পদক্ষেপ গ্রহণ কৰিছে। এই পৰিযোজনাৰ জৰিয়তে ৱাৰ্ড, গাঁও, চুবুৰী আদিত স্বচ্ছ ভাৰত মিছনৰ লগত সংগতি ৰাখি পৰিচ্ছন্নতাৰ কাম কৰা হ'ব আৰু লগতে ধ্যান, যোগাভ্যাস আদিৰ যোগেদি শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবেও কাম কৰা হ'ব।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx