Amulya Chandra Baruah

Home > Amulya Chandra Baruah

Amulya Chandra Baruah

Vice President

 

Mr. Amulya Chandra Baruah is a Telecommunication professional with more that 20 years of experience in the industry. In his professional carrier he worked with reputed organisations such as Vodafone, Ericsson & Reliance. He is passionate about technologies and keenly researching roots of societal evolution & humanity at large. He is an avid learner and studies unaltered history of the land, Indology & orientalism. His vision is that with this platform of Vaibhab Vasudha, he shall be able to contemplate, deliberate the unmasked history & cultural values of the land for better society and humanity.

শ্রী বৰুৱা বৃত্তিত এগৰাকী দুৰসংযোগ প্রযুক্তিৰ লগত জড়িত প্রযুক্তিবিদ । দুৰসংযোগ প্রযুক্তিৰ খণ্ডত প্রায় ২০ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট শ্ৰী বৰুৱাই ইতিমধ্যে ভডাফ'ন, এৰিকছন, ৰিলায়েন্স আজি বিখ্যাত বহুজাতিক প্রতিষ্ঠানত নিজৰ সেৱা আগবঢ়াইছে। প্রযুক্তিৰ ক্ষেত্রখনত জড়িত হৈ থকাৰ সমান্তৰালভাৱে তেখেতে সামাজিক বিৱৰ্তন, মানৱতা তথা ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ ক্রমবিকাশৰ ওপৰতো গভীৰ অধ্যয়ন আৰু গৱেষণা চলাই আহিছে। তেখেতৰ লক্ষ্য হৈছে বৈভৱ বসুধাৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ মূল্য বোধেৰে সমাজৰ কল্যাণৰ হকে কাম কৰা।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx