Anirban Goswami

Home > Anirban Goswami

Anirban Goswami

President

 

An energetic and emerging Social entrepreneur of North Eastern India and actively associated with a good number of socio-cultural causes, activities and bodies working in various fields. Anirban focuses on tracking government planning, budgeting and decision-making systems in key social sector programs, with a view to strengthen public debate on the issues of governance, institutions and accountability for public services. A professional with over 12 years of experience in the telecommunication technology sector, Anirban has worked in diverse roles across India managing of large-scale technology programs. Anirban holds a B.Tech in Electronics and Tele-communication Engineering from National Institute of Science and Technology, Berhampur (India) and is currently involved with a number of not-for-profit organizations in the fields of education, rural development and livelihood. A trained organisation Facilitator, he finds it most enriching and inspiring to connect with youth taking initiatives for the country.

শ্রী গোস্বামী এজন উদীয়মান আৰু সক্রিয় সামাজিক উদ্যমী যি উত্তৰ-পূব ভাৰতৰ বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক কৰ্মৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শ্রী গোস্বামীয়ে চৰকাৰৰ বিভিন্ন আঁচনি আৰু সিদ্ধান্তসমূহৰ সমাজত সফল ৰূপায়ণৰ বাবে লব লগা কাৰ্যপন্থা, পদ্ধতি, বাজেট আদিৰ প্ৰণালীবদ্ধ অধ্যয়ণ কৰি কাৰ্যপন্থা নিৰ্ধাৰণত চৰকাৰ আৰু সমাজক সহায় কৰে আৰু চৰকাৰী আঁচনিৰ সুফল যাতে সমাজৰ অতি পিছপৰা লোকসকলকে ধৰি সকলো পাবলগীয়া লোকে লাভ কৰে তাৰ বাবে কাম কৰে। বৃত্তিগতভাৱে এজন অভিযন্তা শ্রী গোস্বামীয়ে বিগত ১২ বছৰ ধৰি দুৰসংযোগ বিভাগৰ বিভিন্ন আগশাৰীৰ বহু জাতিক প্রতিষ্ঠানত গুৰুত্বপূৰ্ণ পদত দক্ষতাৰে নিজৰ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেখেত উৰিষ্যাৰ বৰহমপুৰস্থিত নেচনেল ইনষ্টিটিউট অব চায়েন্স এন্ড টেকনলজিৰ পৰা ইলেকট্রনিকছ আৰু টেলিকমিউনিকেশনৰ স্নাতক ডিগ্ৰীধাৰী। বৰ্তমান তেখেত কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ লগত শিক্ষা, গ্রাম্য অৰ্থ নৈতিক উন্নয়ন আদি বিষয়ত জড়িত। পদ্ধতিগত সাংগঠনিক বিকাশত অভিজ্ঞতা আৰু জ্ঞান থকা শ্রী গোস্বামীৰ লক্ষ্য হ'ল যুৱ শক্তিক সংগঠিত কৰি ৰাষ্ট্ৰ তথা সমাজ নিৰ্মাণত অৰিহণা আগবঢ়োৱা। বৈভৱ বসুধাই তেখেতৰ নেতৃত্বতে কাম আৰম্ভ কৰিছে।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx