Hiranya Kumar Gayan

Home > Hiranya Kumar Gayan

Hiranya Kumar Gayan

Member

 

A young, dynamic and encouraging entrepreneur of North East. Hiranya has experienced of around 10 years in Corporate & Project Advisory and Market Research in organization like IMRB. He is actively involved in various social activities, projects etc. He was a former student leader of AASU who has a good hold in public as well as with the administrations of ASSAM and NORTH EAST. Hiranya is actively involved in Youth empowerment activities by involving them in supply chain and manufacturing operations. Hiranya has travelled extensively across North East and India, closely watching the impact of climate change on various societies and their efforts to come to terms with it.

শ্রী গায়ন এজন উদীয়মান কৰ্মক্ষম উদ্যমী যুৱক। তেখেত বিগত ১০ বছৰ ধৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। তেখেত সক্রিয়ভাৱে সমাজকল্যাণমূলক কামত নিয়োজিত। তেখেত এজন প্রাক্তন আছু নেতা আৰু অসমৰ সামাজিক আৰু প্রশাসনিক ক্ষেত্রখনত তেখেতৰ বিশেষ দখল আছে। শ্রী গায়নে ইতিমধ্যে কিছু যুৱকক বিতৰণ ব্যৱস্থা আৰু উৎপাদন ক্ষেত্রত নিয়োজিত কৰি সংস্থাপনৰ সুবিধা কৰি দিবলৈ সক্ষম হৈছে। উত্তৰ-পূব ভাৰতৰ বিভিন্ন ঠাইত ঘূৰা আৰু কাম কৰাৰ তেখেতৰ বিস্তৃত অভিজ্ঞতা আছে আৰু বৈভৱ বসুধাৰ জৰিয়তে তেখেতে জলবায়ু পৰিবৰ্তন আৰু সমাজত তাৰ প্রভাৱৰ বিষয়ে অধ্যয়ণ আৰু কাম কৰিব বিচাৰে।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx