Priyanka Panigrahi

Home > Priyanka Panigrahi

Priyanka Panigrahi

Member

 

Priyanka has earned a master’s degree from VSSUT, Odisha in computer science and engineering. Presently, she is a doctoral fellow at IIT Guwahati. She has more than two years of teaching experience in different universities in India. She has been involved in research and various social activities. She is passionate about empowering women especially the rural women by supporting their social, personal and economic development and providing basic education to poor and under privileged children.

শ্রীমতী প্রিয়ঙ্কা পানীগ্ৰহী কম্পিউটাৰ বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ ডিগ্রীধাৰী আৰু বৰ্তমান ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীৰ পি. এইচ. ডি গৱেষক ছাত্রী। তেখেতৰ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত প্ৰায় দুবছৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা আছে। বৈভৱ বসুধাৰ জৰিয়তে তেখেতে সমাজৰ পিছপৰা শ্রেণীৰ মহিলা আৰু শিশুসকলৰ শিক্ষাৰ বাবে নিজক নিয়োজিত কৰাৰ বাবে আগ্রহী।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx