Rajamoni Neog

Home > Rajamoni Neog

Rajamoni Neog

Vice President

 

An ICT professional with over 12 years of experience in Information & Communication Technology domain. Rajamoni has actively witnessed technological shift from 2nd to 5th Gen Mobile Communication Networks while executing numerous challenging projects in India & Abroad. Rajamoni holds a B.Tech in Electronics and Communication Engineering from Vellore Institute of Technology, Vellore (India) and is currently involved with Vaibhab Vasudha to imbibe various communication & analytical technical solutions for social & humanitarian services. An avid innovator and out of the box thinker, he is known for his extraordinary analytical skills and is highly capable of transforming ideas into full fledged executable projects.

শ্রী নেওগ বৃত্তিগতভাৱে এজন তথ্যপ্রযুক্তিবিদ। বিগত ১২ বছৰে তথ্যপ্রযুক্তিৰ ক্ষেত্রখনৰ লগত জড়িত শ্রী নেওগে ইতিমধ্যে এই ক্ষেত্রখনৰ বিভিন্ন প্রত্যাহবানমূলক প্রকল্পত সফলতাৰে নিজৰ অৰিহণা আগবঢ়াইছে। ভেলোৰ প্রযুক্তিবিদ্যা প্রতিস্থানৰ পৰা বি. টেক ডিগ্রীধাৰী শ্রী নেওগ বৈভৱ বসুধাৰ জৰিয়তে নিজৰ কাৰিকৰী কুশলতাক সমাজ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ বাবে আগ্রহী। তেখেত কাৰিকৰী আৰু বিশ্লেষণাত্মক কাৰ্য্যত অতিকৈ পাৰদৰ্শী আৰু বৈভৱ বসুধাৰ জৰিয়তে নিজৰ চিন্তাবোৰ কাৰ্যত ৰূপায়িত কৰিবলৈ বদ্ধপৰিকৰ।

Share This Page!

Copyright Vaibhab Vasudha | Developed by Geekworkx